Examine This Report on Assamese synonyms
Wiki Article
অমৰনাথ, অমৰপতি, অমৰেশ, আখণ্ডল, ইন্দ্ৰ, কুলিশী, গোত্ৰভিৎ, ঘনবাহন, জম্ভাৰাতি, জম্ভাৰি, জীমূতবাহন, ত্ৰিদশাধিপতি, দিৱস্পতি, দেৱৰাজ, দেৱপতি, দেৱেন্দ্ৰ, পৰ্জন্য, পাকশাসন, পুৰন্দৰ, পুৰুহূত, পুৰুদ্ৰুহ, পূতক্ৰতু, প্ৰাচীপতি, বজ্ৰধৰ, বজ্ৰপাণি, বজ্ৰী, বৰক্ৰতু, বৰত্ৰন্তু, বলবিনাশন, বলভিদ, বলহা, বলসূদন, বলৰিপু, বাসৱ, বাস্তোস্পতি, বৃত্ৰহা, বৃত্ৰাৰি, বৃহদ্ৰথ, মঘৱা, মেঘবাহন, শচীন্দ্ৰ, শচীপতি, শচীবিলাস, শতক্ৰতু, শত্ৰু, সহস্ৰনয়ন, সহস্ৰলোচন, সহস্রাক্ষ, সুনাসীৰ, সুৰপতি, সুৰেন্দ্ৰ, সুৰেশ, সুৰেশ্বৰ, হৰিহয়, হৰ্যশ্ব৷
অস্মিতা, অহমিকা, গৰব, গৰ্ব, দম্ভ, দাম্ভিকতা, ফুটনি, বৰাই, ভেম, মদ, মমত্ব, শ্লাঘা৷ গণ্ডপ, ওফাইডাং, ডাংকোপ৷ মহতালি৷
অপাৰগ, অসমৰ্থ, আশকতীয়া, দুৰ্বল, নিশকতীয়া, বলহীন, শক্তিহীন৷
অচলপতি, অচলাধিপ, অদ্ৰীশ, উত্তৰাচল, গিৰিৰাজ, গিৰীন্দ্ৰ, গিৰীশ, নগপতি, নগাধিপ, নগেন্দ্ৰ, নগৰাজ, পৰ্বতপতি, পৰ্বতৰাজ, শৈলেন্দ্ৰ, হিমাচল, হিমাদ্ৰি, হিমালয়৷
অগ্নিজ, অগ্নিভু, আম্বিকেয়, কাৰ্তিক, কাৰ্তিকেয়, কুমাৰ, কৃত্তিকাসুত, ক্ৰৌঞ্চাৰতি, গুহ, তাৰকাৰি, তাৰহা, দেৱসেনাপতি, নমুচি, বৰ্হিবাহন, বহুলেয়, বিশাখ, শক্তিপাণি, শক্তিধৰ, শৰজ, শৰজন্মা, শিখিধ্বজ, শিখিবাহন, ষড়ানন, ষাণ্মাতুৰ, সিদ্ধসেন, সুব্ৰহ্মণ্য, সৌৰসেন, স্কন্দ৷
অতুল, অতুলন, অতুলনীয়, অতুল্য, অদ্বিতীয়, অনন্যসাধাৰণ, অনুপম, অপূৰ্ব, অসাধাৰণ, তুলনাবিহীন, তুলনাহীন, নজিৰবিহীন, নিৰুপম৷
অলপ পৰিমাণে, অলপীয়াকৈ, তাকৰকৈ, নামনাচকৈ৷
অপ্ৰকৃতিস্থতা, উন্মত্ততা, পাগলামি, বলিয়ালি, বাতুলতা, মনোবিকাৰ, মনোব্যাধি, মনোৰোগ, মস্তিষ্ক-বিকৃতি, ক্ষিপ্ততা৷
অগ্নিচিৎ, অগ্নিহোত্ৰী, অগ্নিৰক্ষক, অগ্নীধ, অগ্নীধ্ৰ, অগ্ন্যাহিত, অবিন, আহিতাগ্নি, check here ঋত্বিক, বাজপেয়ী, যজি, যজ্ঞকৰ্তা, যজ্ঞকৃৎ, যাজ্ঞিক, সাগ্নিক, স্বাহাকৃৎ, হোমক, হোমকাৰী, হোমকৰ্তা, হোম্য, হোতা, হোত্ৰী, হোমী, হৌম্য৷
অচ্যুত, অজিত, অনন্ত, অনন্তশয়ন, অনাদি, কঞ্জনাভ, কমললোচন, কমলাকান্ত, কমলাপতি, কুন্দৰ, কেশৱ, খগাসন, গদাধৰ, গদাপাণি, গোলোকেশ্বৰ, গৰুড়কেতু, গৰুড়বাহন, গৰুড়ধ্বজ, চক্ৰধৰ, চক্ৰপাণি, চক্ৰায়ুধ, চতুষ্কৰ, চতুৰ্বাহু, চতুৰ্ভুজ, জগদীশ্বৰ, জগন্নাথ, জনাৰ্দন, জয়পাল, জহ্নু, ত্ৰিপতি, ত্ৰিলোকনাথ, ত্ৰৈলোক্যনাথ, ত্ৰৈলোক্যেশ্বৰ, দনুজদমন, দানৱাৰি, দামোদৰ, দীননাথ, দীনবন্ধু, দীনেশ, দৈত্যাৰি, ধৰণীশ্বৰ, নাৰায়ণ, নিৰঞ্জন, পদ্মধৰ, পদ্মনাভ, পদ্মপাণি, পাৰায়ণ, পুণ্ডৰীকাক্ষ, পুৰাণপুৰুষ, পুৰুষোত্তম, পৰব্যোম, বলিন্দম, বলিসূদন, বামন, বিভু, বিশ্বম্ভৰ, বিষ্ণু, বৈকুণ্ঠ, বৈকুণ্ঠনাথ, বৈকুণ্ঠপতি, ভুৱনমোহন, মধুদ্বিষ, মাধৱ, মাল, যজ্ঞপুৰুষ, যজ্ঞেশ্বৰ, লক্ষ্মীকান্ত, লক্ষ্মীনাথ, লক্ষ্মীন্দ্ৰ, লক্ষ্মীপতি, লক্ষ্মীশ্বৰ, লোকনাথ, শংখধৰ, শংখপাণি, শাৰংগধৰ, শাৰংগপাণি, শিপিৱিষ্ট, শ্ৰীকান্ত, শ্ৰীনাথ, শ্ৰীনিৱাস, শ্ৰীপতি, সত্য, হংস, হৃষীকেশ, হৰি, ৰমাকান্ত, ৰমানাথ, ৰমাপতি, ৰমেশ৷
অভ্ৰহীন, নিৰভ্ৰ, নিৰ্মেঘ, ফৰকাল, মুকলি, মেঘমুক্ত, মেঘশূন্য, মেঘহীন৷
অগ্নিচিৎ, অগ্নিহোত্ৰী, অগ্নিৰক্ষক, অগ্নীধ, অগ্ন্যাহিত, অধ্বৰ্যু, অবিন, আহিতাগ্নি, ঋত্বিক, বাজপেয়ী, যজি, যজ্ঞকৰ্তা, যজ্ঞকৃৎ, যাজ্ঞিক, সাগ্নিক, স্বাহাকৃৎ, হোমক, হোমকাৰী, হোমকৰ্তা, হোম্য, হোতা, হোত্ৰী, হোমী, হৌম্য৷
কণ্টকফল, কণ্টকীফল, কণ্টফল, পুতফল, ফলকণ্টক৷
অঘোৰ, অজ, অদ্ৰিনাথ, অদ্ৰীশ, অম্বিকানাথ, আশুতোষ, ইন্দুভূষণ, ইন্দুমৌলি, ঈশান, উমানন্দ, উমানাথ, উমাপতি, উমেশ, উৰগভূষণ, একনাথ, কন্দুকেশ্বৰ, কাশীনাথ, কাশীপতি, কাশীশ, কাশীশ্বৰ, কৃতজ্বৰ, কেদাৰ, কৈলাসপতি, খণ্ডপৰশু, গংগাধৰ, গিৰিজাকান্ত, গিৰীশ, গৌৰীনাথ, গৌৰীশ্বৰ, চন্দ্রচূড়, চন্দ্ৰশেখৰ, চন্দ্ৰিল, চেকিতান, জটাধাৰী, জটাধৰ, জল্পেশ্বৰ, জ্বালী, ডম্বৰুধৰ, তাৰকনাথ, তাৰকেশ্বৰ, ত্ৰিনয়ন, ত্ৰিনাথ, ত্ৰিনেত্ৰ, ত্ৰিপুৰঘ্ন, ত্ৰিপুৰাৰি, ত্ৰিলোচন, ত্ৰিশূলধাৰী, ত্ৰিশূলী, দিগম্বৰ, দুৰ্গাধীশ, দুৰ্গাপতি, দুৰ্গেশ, দুৰ্গেশ্বৰ, দেৱাদিদেৱ, দেৱেশ, ধূৰ্জতি, নটশেখৰ, নটেশ্বৰ, নটৰাজ, নন্দ্যেশ্বৰ, নীলকণ্ঠ, নীলগ্ৰীৱ, পঞ্চানন, পশুপতি, পিনাকপাণি, পিনাকী, পুৰঞ্জিৎ, পুৰভিদ, পুৰমথন, পুৰুহৰ, প্রমথনাথ, প্ৰমথেশ, ফণীধৰ, ফণীভূষণ, বহিৰেতাঃ, বাণেশ্বৰ, বিভূতিভূষণ, বিল্বেশ্বৰ, বিশ্বনাথ, বিশ্বেশ্বৰ, বিৰূপাক্ষ, বীৰেশ্বৰ, বুঢ়াগোসাঁই, বৃষধ্বজ, বৃষভবাহন, ব্যোমকেশ, ভূতনাথ, ভূতভাৱন, ভৃংগেশ্বৰ৷ ভৈৰৱ, ভোলা, ভোলানাথ, ভৱ, ভৱানাপতি, ভৱানীকান্ত, ভৱেশ, মহাদেৱ, মহানট, মহেশ, মহেশ্বৰ, মাৰজিৎ, মৃগাংকমৌলি, মৃগাংকশেখৰ, মৃত্যুঞ্জয়, যোগীন্দ্ৰ, যোগেশ, যোগেশ্বৰ, শংকৰ, শম্ভু, শশীভূষণ, শিৱ, শূলপাণি, শূলী, সতীন্দ্ৰ, সতীপতি, সতীশ, সিদ্ধদেৱ, সুৰেশ্বৰ, সোমনাথ, সোমেশ্বৰ, স্মৰজিৎ, হিংগুলেশ্বৰ, হিৰণ্যৰেতাঃ, হৰ, ৰামেশ্বৰ, ৰুদ্ৰ৷
Report this wiki page